পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰাহ্মণৰ গুৰু অগ্নি, বাৰু ডাইনাপালী অগ্নিৰ গুৰু আছে নে নাই? ডাইনাপালী : আছে ওজা : অগ্নিৰ গুৰু? ডাইনাপালী : চৌকা ওজা

চৌকাৰ গুৰু আছেনে? চৌকাৰ গুৰু কৰেহি ডাইনাপালী ঃ ওজা ডাইনাপালী: কৰেহিৰ গুৰু ভাজামাছ ওজা

আৰ বোধয় নাই। ডাইনাপালী : কিয় নহ’ব ভাজামাছৰ গুৰু আছে ওজা

ভাজামাছৰ গুৰু ডাইনাপালী ঃ বোন্দা মেকুৰী। ওজা : কি কোৱা হে যায় যায় বোন্দা মেকুৰীয়ো গুৰু হ’ল। আৰ বোধয় গুৰু নাই ডাইনাপালী : কিয় নহ’ব আছে ওজা

বোন্দা মেকুৰীৰ গুৰু আছে ডাইনাপালী : আছেটো ওজা : বোন্দা মেকুৰীৰ গুৰু কোন? ডাইনাপালী : বোন্দা মেকুৰীৰ গুৰু আধাপুৰা কাঠখৰি।

বাহ গুৰুৰ হিচাব।

ওজা

হাহিৰ টোপোলা- ৯

কৰেহিৰ গুৰু?