পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা

মই কামাখ্যা দেৱীক প্ৰণাম কৰিছো

ডাইনাপালী : সেইটোৱে মোৰ মামাথেৰ আৰু ওজা : তুমি বৰ অসম্ভৱ কথা বিলাক কোৱা হে। জগত মাতৃ কামাখ্যা দেৱীক তুমি আবু বুলি কৈছা। অ আবু বুলি কৈছু। ডাইনাপালী : ওজা

তুমি সম্বন্ধটো বুজাই দিব লাগিব। ডাইনাপালীঃ দেউ দা ওজা

বুজাই দিয়া ডাইনাপালী : আটছা মামাথেৰ আবু কোনটু ওজা

মাৰ মাকক মামাথেৰ আবু বুলি কয়। বাৰু ওজা, আমি মনসা পূজা গাবা যাও। ডাইনাপালী : ওজা ঃ যাও ডাইনাপালী : মনসাক আমি কি বুলি সম্বোধন কৰো ওজা

মা বুলি ডাইনাপালীঃ মনসা কামাখ্যাৰ কি হৱে ওজা

জীয়েক হয় ডাইনাপালী : আটচা মনসা মা, তেওঁৰ মাক কামাখ্যা যদি মাৰ মাকটু আবু হৱে তে কামাখ্যা মোৰ আবু নহে কি হ'ল।

আমি প্ৰতিজনী দেৱীক মা সম্বোধনে কৰিব লাগে।

আমি সম্বন্ধ ধৰি মাতিম। ওজা ডাইনাপালী :

      • *** ***