পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওজা : জগত গুৰু

ডাইনাপালী : পিতাৰ সমান জন্মদাতা, জ্ঞানদাতা

ওজা : হয়

ডাইনাপালী : তেখতৰ প্ৰিয় আৰু প্ৰধান শিষ্য মাধৱদেৱ৷

ওজা : মাধৱদেৱ।

ডাইনাপালী : শিষ্যই পুত্ৰই সমান, মোৰ কাকা নহৈ কি হ’ল।

—ঃঃসমাপ্তঃঃ—

হাহিৰ টোপোলা- ১৩২ -