এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ওজা : ভৰলু ভৰলু টুকুৰা ডাইনাপালী : যাৰে ভৰ তাৰে ভৰো মোৰ মনাৰ পৰা একো নভৰাবি। ওজা : নামক নামক। ডাইনাপালী : কথা ভালকে কবি, গাড়ী এনাই উঠা নাই। দস্তুৰমত পইচা দিছু। ওজা : মাছখোৱা মাছখোৱা ডাইনাপালী : সৰ্বনাস মাকে আপাতুক লাগি শুখা মাছ মোনা খনত ভৰে দিছিল, কুমবাই উইলে নি খালাক নেকি? মাছ নাখাবা মাছ নাখাবা ওজা : মাছ খোৱা মাছ খোৱা ডাইনাপালী ঃ নাখাবা নাখাবা ওজা : পান বজাৰ পান বজাৰ ডাইনাপালী : চলিতুল লগি আনা পান মুঠাও নিলাক হান পাও। কি জাগাক আহিলুৱে গতাই লুটি পুতি নিলাক এ ওজা : কাচাৰী কাচাৰী ডাইনাপালী : কাক কচাৰী কহে, তোৰ মাৱে কচাৰী, বাইপে কচাৰী, তোৰ চৈধ্য পুৰুষ কচাৰী। এৰ গাড়ীত নাযাও। বেলেক গাড়ীত যাম।
- *** ***
হাহিৰ টোপোলা- ১২৬