সমললৈ যাওক

পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা : আছে। ডাইনাপালী ঃ ভায়ে বইনে কেইটা? ওজা : ভাই চাৰ্জিন, বৈনী তিনিজনী। ডাইনাপালী : গিৰাষ্টেলী ডাঙাৰ দে। তুমাৰ পঢ়াশুনা। ওজা : বি. এ. পাচ কৰিছোঁ। ডাইনাপালী : এটু কথাত দুখ পাইচু। ভালকে নপঢ়া হামপাং। ভালকে বঢ়া হলি আগ হবা পাইলা হৈ। ওজা : ডাইনাপালী : আইতা ঘৰত খেতি কৈৰবা মাটি আছে না? ওজা : মাটি আছে। সময় হে নাই। খেতি কইৰবাক লেগি। ডাইনাপালী : ইটা কি কৰি আছ? ওজা : মাষ্টৰ ডাইনাপালী ঃ উঠা, মোৰ নাটিনী দে নহল। আমাৰ পঢ়া আপি মই চাকৰী আল্লাত তাতে দিবা খুজিছো। ওজা

আইতা মাষ্টৰ

ডাইনাপালী : ম‍ই আকৌ কথা নুহন তুনহায় য মই চাকৰী কৰা চলিতেহে নাতিনীক দিম।

      • *** ***

হাহিৰ টোপোলা- ১২৫