পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবি। ডাইনাপালীঃ নকাও। ওজা : কবি মোক সোনাখিনি লাগে। ডাইনাপালী : ভিক্ষাৰীৰ তিৰীৰ সোনাৰ চখ। মই নকাও।

কবা লাগিব।

ওজা ডাইনাপালীঃ নকাও। ওজা ডাইনাপালী : ঃনকাহ তে মৰ মৰ মোক মাৰা কিয়, বাপাহাত ঐ মোক বুঢ়ি মাৰিলাক এ আই ঐ ওহ ওহ ওজা : আকো নালগে। তই গহয়ক কবি মোৰ বেমাৰত যি মাইঠেৰ দিয়া সোনাখেনি বিক্রি কৰিছা সেইখিনি দিবা 4 ওজা ডাইনাপালী : অ আকো নহ ঘৰত আছ? কিহৰ গন্দগোল হা। ডাইনাপালী : দত্ত বাপু নেকি হা? ঃ হয় দা মই দত্ত। কি হ’ল কিহৰ কান্দাকাতা। কি কবা বাপু। আজি ভিক্ষা কৰিব যাবা নৰা কাৰণে মোক মৰি যাবা কৱে। মইয়ো বিকাৰতে নদীত জাপ দি মৈৰবা গেলু। ওজা পাচে তুমি কান্দা কাতা কৰিছা কিয়? ডাইনাপালীঃ মই মৰিম বুলি ভাবাৰ লগে লগে ভগৱান গহয় মোক মৰিবা হাক দিলাক। কলাক মৰিবা নালাগে এটা বৰ দিউ লোৱা। মই বুঢ়ীৰ লগত আলোচনা কৰি বৰটো লম বুলি ঘৰক আইলু। হাহিৰ টোপোলা- ১২১