পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তই বুঢ়া লঘোনে থাক মই কিয় থাকিম।

অ মৰদ লঘানে থাকিলি তিৰিতুই খাবি নেকি? অখাম। ওজা ডাইনাপালী ঃ ওজা ঃ ডাইনাপালী : যা নাযাও যা ভিক্ষাক। ওজা : নাযা এনাই মৰদ বাচি থাকি লাভ নাই। অলে যা কৰবাত ডাইনাপালী : ওজা

ডাইনাপালী : নদীক যা তাতে পৰি মৰ যায়। হবদে তোৰ দৰে তিৰিৰ কথা শুনি বাচি থাকাত কে মই আজি মৰিম। ওজা যা মৰগে। মই খুজি খাম যা। ডাইনাপালীঃ মই গেলু আৰ মোৰ বিচাৰ নলবি আজিৰ পৰা আকো নহ মৰিল। নদীৰ পাৰ পালু নেকি? হে ভগবান জীৱনত খালি দুখে দিলি নাইনা নাই আকো নাই। তিৰিটো পালো সিও দিনে ৰাতি গালি মাত। আজি মই নদীত জাপ দি মৰিম। যত পাপ লাগে গহয়ৰ গাত লাগক।

ঐ আকো নহ ৰবা মৰিব নেলাগে।

8 মৈন্নি। কি এনে কথা মই মৈৰলি তই ভাল পা। ওজা ডাইনাপালীঃ কুনিনু। ওজা ঃ মই গহয় তোমাক কি বৰ লাগে এটা বৰ লৈ তুমি ঘৰলৈ যোৱা। ডাইনাপালীঃ তুমি ভগৱান। মোক বৰ দিবা। এটা কাম কৈৰবা না গহয় বৰতু মই বুৰিক সুধি কালি লম দা। তুমি কালি হাহিৰ টোপোলা- ১১৯