পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালীঃ কিয় কান্দিছু জান বাপা হৈৰমলে পুথিপঢ়াতে ডাৰি কচা যেনকে লৰে মোৰ পাঠীটু ঘাহ খতে ডাৰি কচা সেনকে লৈৰছিল। আজি এটা নতুন ভকত আইছি দুখুন ওজা : ডাইনাপালী : ওজা

ডাইনাপালী : ওজা বহক কৃষ্ণ। কিষ্ণ কথা আকাশাাাৰ সুধিব পাৰু না। সুধক কিষ্ণ।

ঐ ৰাম নাকাতিলে বাঢ়ে ডাৰি চুলি

ডাইনাপালী : ওজা সাগৰ বাৰে ফেনে। আগে আছিল মিত্ৰ লটো পটো ইতা মিত্র কেনে। ঐ ৰাম সাৰত বাঢেঞ, গছে পাতে আখৈত বাঢ়ে লাৰু। ভাল সঙ্গি পাওঁ যদি মই ইতাও যাবা পাৰু।। তে বৈষ্টব আজিক লগি এইৰবা পাৰি

ঔ ৰাম ঔ হৰি গধুলী লগ ধৰাৰ অৰ্থে

ও ৰাম।

      • *** ***

হাহিৰ টোপোলা- ১১৭