পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৈত ৰৈলা পিতা মোৰ বীৰ ধনঞ্জয় সুভদ্ৰা জননী মোৰ যাও যমালয়।।

বৰ দুখৰ কথা৷ বাপপাৰে চলি এটাক এনকে মাননাই মাৰাহাতে মাইৰবা লাগেনা। অহা বাই, ভেটাকানা গহয় এগলাখানক দেখা না পৈ। হো বাই কৃষ্ণ বুলি চলিতুৰ মাইমাক হা? 8 অ তুমি নাজন কৃষ্ণৰ বৈনাকৰ পুতাক মৰণনহ হাতে এনকে চলিতুক মাইৰলাক। হবো দে আই হাত কিমান কান্দ৷ আৰু না কেইনবা। অ হবো দে আৰ। ওজা ঃ ডাইনাপালী ঃ হেৰা পেহী তুমি দুখু কান্দিয়ে আচহা। সকলে কাইনলু ইতা হবোদা। অহা পেহী নাকাইনবা। তুহুন বা কান্দা কিয়া মই বা কান্দে কিয়া। অভিমান্য মহা দুখত আমি সকলে কন্দিছো। মই সেই কাৰণে কান্দা নাই ৷ কিয় কান্দিচতে । ওজা ডাইনাপালী : ওজা ডাইনাপালী : ওজা

ডাইনাপালী : ওজা

ডাইনাপালী ঃ ওজা

ডাইনাপালী : মোৰ পাঠীটু হৰাবৰে আজি আঠ দিন হল বিচৰি বিচাৰি মই এখনি পালু। ওজা এতে ছাগাল হৰ দুখত এতেহে কাইনবা পনা এ। ডাইনাপালীঃ এতে ছাগল হৰ দুখত কান্দা নাই। তে কিয় কাইনচ 8 8 হাহিৰ টোপোলা- ১১৬