পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পইচা মিলাব পৰা নাই । মই তোক এক হাল মতা হাঁহ দি ধাৰতু মাৰো দে আই। যা সোনকাৰে হাঁহ জোৰা এ দি। হব দে আই। বুৰি তই পাহৰিলি মহৰ পৰা হাহ পেলালি, এতিয়াও দেখো পূজাখন নিদিলি। ডাইনাপালী : মই এটা কথা ভাবিছো আই, তইতো মোক বহুত দয়া ওজা

ডাইনাপালী : ওজা : ওজা

ডাইনাপালী : ওজা ডাইনাপালীঃ হে আই মই ধাৰখেনি মাৰিবা পৰা নাই। দিনে-ৰাতি সেয়ে েচিন্তা।

মহৰ পৰা হাহক আনিলি আৰু কি চিন্তা। আই বাহাত একযোৰা পাৰ ওলাইছে। সেইযোৰা দি ধাৰটো মাৰো দে। কৰিছা আৰু অলপ দয়া কৰ। আৰু কি কচোন। ওজা

যা হবো যা। সোনকালে ধাৰতো মাৰ।

ডাইনাপালী: হব দে আই, পাৰ যোৰ মকমৈকা হৈছিদে।

কিয়ে বুৰি পাৰ দেউ বুলি ছয় মাহ গ'ল।

ডাইনাপালীঃ হে আই, তানত পৰি বৰিতুই পাৰযোৰ বিক্ৰী কৰি ফেলচি। ইতা মই কি কৰো দেচোন আই। তাৰ মানে তই মোক পূজা নেদা। হে আই এক হাল দিবা খুজিছিলো এক হাল শব্দটো ৰওক দে, তোক মই এক হাল ফৰিং দিউ দে। ওজা 8 ডাইনাপালী : হাহিৰ টোপোলা- ১১৪