পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা

তে কাক মাতে?

ডাইনাপালী : তোমাৰ বাইপেক মাতে। ওজা

আচলতে বোম বুলি ভাঙুৰী বিলাকে শূন্যক আহ্বান

কৰে। ডাইনাপালী : কাৰণ শূন্যটো ভাঙুৰীৰ দৰকাৰ আছে। ওজা

সেইবিলাক বাদ দিয়া বোম বুলি কি কৰিলে সেইটো

কোৱা। ডাইনাপালী : বোম বুলি দোম মাইলাক গল গল কৰি ধহা পাচ কৰি মুখখন ভৰ্ত্তি হ’ল। তুমি কাষত আচলা ধঙাখিনি তুমাৰ মুখত ভৰে দিলাক। ওজা

হেই কাৰ মুখৰ ঢোৱা কাৰ মুখত দিব। ডাইনাপালী : তেনেহ'লে ভাঙুৰীক পষ্টঅফিচত যাব ক তাতে এটা একাউণ্ট খুলি ধহাখিনি থৈ আহক। ওজা

ক’ত পোষ্ট অফিচত ধোৱা থব। ওপৰ ফালে মুখ কৰি

শূন্যত এৰি দিব। ডাইনাপালীঃ সেইকাৰণে বোম বুলি ভাঙুৰী আগতে শূন্যক আহ্বান কৰে। ওজা

এতিয়া তুমি ভোলাৰ অৰ্থ কৰি দিয়া।

ডাইনাপালীঃ আটচা তুমি কলা ভোলানাথ, মই কলো বোম। ইটা তুমাৰ তাৰপে ভোলাটু আনা আৰু মোৰ তাৰপে বোমটু নি যোগ কৰিলে বোম + ভোলা = বোমভোলা

কৰিলো যোগ

ওজা ডাইনাপালীঃ এইবাৰ বিয়োগ কৰা হাহিৰ টোপোলা- ৩