ডাইনাপালী ঃ নাজানো ওজা : এইটো সম্ভৱ নহব মহাৰাজ। ডাইনাপালী ঃ এইটো তুমি আনি দিব লাগিব। শুনা যদি তুমি হাইলা গৰুৰ ঘি আনি দিব নোৱাৰা তেনেহ'লে, তুমি বিয়া কৰাই অনা তিৰোতাজনী মোক দিব লাগিব বাৰু মই ঘৰলৈ যাওঁ মহাৰাজ। ওজা : ডাইনাপালী : আৰু চাৰিদিন। ওজা : হেৰা, মোৰ কপাল বেয়া ডাইনাপালী : কি হল, আপুনি ইমান দুখ মনেৰে আহিছে। ওজা : হয় ৰজাই এটা বৰ টান কাম দিছে। ডাইনাপালী : টান কাম কি টান কাম? ওজা : ৰজাই হেনো যজ্ঞ পাতিছে, যজ্ঞত হাইলাগৰুৰ ঘি লাগে। দিব নোৱাৰিলে ৰজাই তোমাক লৈ যাব। ডাইনাপালী : ৰজা ইমান নিচ, পৰৰ বিবাহিত তিৰোতা নিব। আপুনি চিন্তা নকৰিব। নিচিন্ত মনে বহি থাকক। ওজা : হেৰা আজি চাৰিদিন ৰজাই ঘিউ নিবলৈ আহিব, মই কি কৰিম এতিয়া। ডাইনাপালী ঃ বাৰু আপুনি একোচা ধানখেৰ আনক ওজা এই ধানখেৰ। ডাইনাপালী : কাঠিত পাৰক, চিৰা বস্তাখন তাৰ ওপৰত পাৰক, তামোল খাওক পিকখিনি বস্তাতে খেৰত পেলক। তাতে বহি থাকক। হাহিৰ টোপোলা- ১০৭
পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১১৬
অৱয়ব