পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা

পাইছো

ডাইনাপালী : তেওঁলোকে ভাং মাৰি লব, চিলিমত তেকেনাতু ভৰে দিব। ওজা

কিহৰ তেকনা ভৰৈ হা মাটিৰ এটা সৰু লাৰু ডাইনাপালী : ওজা

সেইটোৰ নাম টিকৰা ডাইনাপালীঃ সেতু ভৰে দিলাক, ভংখেনি ভৰে দিলাক, চিলিমত আপীখান মেইৰে দিলাক ওজা .

কি কথা বিলাক কোৱা, ভাঙুৰী আপী লগত লৈ আহে

নেকি? ডাইনাপালীঃ নহয় হা ভাঙৰ খখাত থাকেইয়ে কিমান ডাঙৰ আপী? ওজা

ডাইনাপালী : দুই ইঞ্চিমান বহল, চাৰি ইঞ্চিমান দীঘল। ওজা

কি দুই ইঞ্চি, চাৰি ইঞ্চিৰ আপীহা? ডাইনাপালী : তুমি ভাং খ মানুহ দেইখচ, তাহাক সুইধবা। ৰঙা কানীৰ আপী তুমি দেখা নাই। ওজা 8 হেৰা ৰঙাকানিৰ চিলিমৰ তলত মেৰিয়াই দিয়া কাপোৰখন ডাইনাপালীঃ হেইতাহে বুলি পাইছ। সেইখন মেইৰে দিলাক চিলিমটু, ভে মাটিত থৈ বোমকৈ উঠে, ভাঙুৰী গিলাই বোম বুলি কাক মাতে হা ওজা? ওজা ডাইনাপালীঃ নামাতে

মহাদেৱক মাতে

হাহিৰ টোপোলা- ২ T