পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসংযুক্ত আৰু সংযুক্ত আখৰ

 অসংযুক্ত-

 এটা আখৰক অসংযুক্ত আখৰ বুলি কোৱা হয়। স্বৰ আৰু ব্যঞ্জন বৰ্ণৰ আটাইবোৰ আখৰেই অসংযুক্ত। তাৰে ভিতৰত পৰস্পৰে মিল থকা কেইটামান আখৰ হল-

ড়
য়
ঢ়

 সংযুক্ত-

 এটাতকৈ বেছি আখৰ লগ হৈ এটা হোৱাকে সংযুক্ত আখৰ বোলে। সিপিঠিত দিয়াবোৰ সংযুক্ত আখৰ।