২ সবল ব্যাকৰণ
২। আমি কথা কওঁ কিছুমান শব্দ বা মাত বা ধ্বনিৰ সহায়েবে। যি কেইটা শব্দ গোট খুবাই আমি আমাৰ মনৰ কোনো ভার সম্পূৰ্ণকৈ প্রকাশ কৰিব পাৰোঁ৷, সেই কেইটা শব্দক একেলগে বাক্য বোলা যায়।
“ৰাৱণে সীতাক হবি নিছিল”--ইয়াত ৰাৱণকে আদি কৰি শব্দবিলাক গোট খাই এটা সম্পূর্ণ অর্থ বুজাইছে। এতেকে ই এটা বাক্য । তেনেকৈ “কালিদাস ভাবতৰ শ্ৰেষ্ঠ কবি” ; প্ৰবদোৱ| মহাপুকঘ শঙ্কৰদেৱৰ জন্মস্থান”; ইহঁতৰ প্রত্যেকেই একোটা
একোটা বাক্য ।
কেতিয়াব| কেতিয়াব৷ এটা শব্দেৰেও এটা বাক্য সম্পূর্ণ হোৱা যেন দেখ| যায়। যেনে ঃ--যোৱা|, কৰা, বহো, ইত্যাদি । দৰাচলতে ইহঁত দুটা শব্দৰ সমঞ্ি যেনে £তুমি al তোমালোক যোৱ| ৷ তুমি বা তোমালোকে কবা। মই বা আমি বহে ।
৩। কিন্তু কেইটামান শব্দ যেনে তেনে প্রকাৰে গোট খুৱালেই বাক্য নহয়। যেনে, ‘তুমি মাছ গৈ খাব৷’। এইটো এট| বাক্য নহল।
শব্দ কেইট| গোট খাই esl এট! সঙ্গত অৰ্থ প্রকাশ কৰিব লাগে। অর্থৰ অসঙ্গতি হলে বাক্য নহয়। ‘গৰুৱে জুই ঘঁহি গা ধোৱে’ | এই কথাষাৰত অৰ্থৰ সঙ্গতি নহল। কিন্তু “মানুহে তেল ঘঁহি গা ধোৱে” এই বাক্যৰ অর্থ আছে। এতেকে শেষৰটো!
প্রকৃত বাক্য । আগবটে। বাক্য নহয়।