সমললৈ যাওক

পৃষ্ঠা:সৰল ব্যাকৰণ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এড

সবল ব্যাকৰণ ৩য় উদ্দাহৰণ। : “মই এই সুন্দৰ উদলগ| বাহত থাকে৷’ । (১) থাকে৷ ৷ কে) অকৰ্মক ক্রিয়া, নিত্য বর্তমান কাল, একবচন, প্রথম পুৰুষ । (খে) ‘মই’ কৰ্তাপদৰ লগত সম্বন্ধ ৷ €২) বাহত। (কে) সাধাবণ সং্ঞাবৌধক বিশেষ্য, ক্লীবলিঙ্গ, তৃতীয় পুৰুষ, একবচন, অধিকৰণকাৰক।৷ (খ) থাকে” ক্ৰিয়াৰ লগত সম্বন্ধ ।

of উদ্দাহবণ। ‘পৰীক্ষাৰ পাছৰপৰ| তেওঁৰ অস্থখ আক বেছি হল’ | (১) আক। (কে) অব্যয় পদ, বিশেষণীয় বিশেষণবপে ব্যৱহাৰ হৈছে I (খে) ‘বেছি’ বিশেষণৰ গুণ বুজাইছে। €২) তেওঁৰ ৷ (ক) ব্যক্তিবোধক সর্বনাম, পুংলিঙ্গ, তৃতীয় পুৰুষ, একবচন, সম্বন্ধ পদ, VI বিভক্তি | খে) RY Ata লগত সম্বন্ধ ।