এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ort পাঠ । তলত কেইটামান পাঁজিউৰ উদাহৰণ দেখুৱা হল। $ম উদ্দাহৰণ ৷ বাম অযোধ্যাৰ বজা আছিল। এই বাক্যৰ ‘ৰাম’ এই পদ পাঁজিং কৰিব লাগে। (ক) ই এটা বিশেষ-সংজ্ঞাবোধক বিশেষ্য, পুংলিঙ্গ” তৃতীয় পুৰুষ, একবচন, TAT | খে) “নাছিল” এই feral পদৰ কর্তা ৷
২য় Bales: ‘ধুনীয়া পথীলাটিক, নকৰিব| বেয়া? ৷ (১) পখিলাটিক। কে) সাধাৰণ সংজ্ঞাবৌধক বিশেষ্য, পুংলিঙ্গ, তৃতীয় পুকষ, একবচন, TASHA | খে) ‘নকৰিবা’ ক্ৰিয়াৰ কৰ্ম । (২) ধুনীয়া । (কে) বিশেষ্যৰ বিশেষণ ৷ (খে) “atte এই বিশেষ্য পদৰ গুণ বুজাইছে।