সমললৈ যাওক

পৃষ্ঠা:সৰল ব্যাকৰণ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায়

১৯শ পাঠ | aniaa ( (পীৰ্জিৎ )

১। বাক্যৰ ভিতৰত ব্যৱহাৰ হলে পদবিল৷কৰ ইটোৰ সিটোৰ লগত সম্বন্ধ জন্মে। ব্যাকৰণৰ সূত্র অনুসৰণ কৰি এই সম্বন্ধ নিৰ্ণয় কৰাকে পদান্বয় বা পাজিং বোলে।

২। চমুকৈ কবলৈ হলে পাজিং কৰা অর্থে ইয়াকে বুজায় $--

(ক) কি পদ, আক তাৰ লিঙ্গ, বচন, পুৰুষ, কাল আদি কোবা।

(খ) সেই বাক্যত ব্যৱহাৰ হৌরা আন ঘি পদৰ লগত সম্পর্ক আছে সেই সম্পর্ক বর্ণনা কৰা |

৩ | কি পদ পাজিং কৰিলে কি কি কথা কব লাগে তাক তলত দেখুরা গল :--

ual কবলগীয়া কথ| | ১। বিশেষ্য । কে) কি পদ-_ শ্রেণী £_সাধাৰণ সংজ্ঞাবোধক, বিশেষ সংজ্ঞাবোধক, ভাব বা গুণবোধক, ক্রিয়াবোধক 1 লিঙ্গ, পুকঘ, বচন, কাবক। খে) আন পদৰ লগত সন্বন্ধ।