সমললৈ যাওক

পৃষ্ঠা:সৰল ব্যাকৰণ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

42 সবল ব্যাকবণ

কৰ্তাই কুঠাবৰ সহায়ত কটা কাম আক চকুৰ সহায়ত চোৱা কাম কৰিছে। এতেকে ‘কুঠাৰেৰে’ আক ‘চকুৰে’ কৰণকাৰক।

wl (কে) যাক কোনো বস্তু দান কৰা বায় তাক সম্প্ৰদান কাবক বোলে। সম্প্ৰদানকাৰকত চতুৰ্থী বিভক্তি হয়। যেনে, “বামুণক দ্গিণা দিয়| হল”। ইয়াত ‘বামুণক’ চতুৰ্থী বিভক্তি হৈছে।

(খ) দান কৰাৰ অর্থ নিজৰ অধিকাৰ সম্পূর্ণ এৰি দিয়া। এতেকে ‘ধোবাক কাপোব দিলে’, এই বাক্যে কোনে| দান কৰা অৰ্থ নুবুজায়। সেই দেখি ‘ধোবাক’ এই পদত চতুৰ্থী বিভক্তি হোৱ| নাই; ইয়াত দ্বিতীয়া বিভক্তি আক কৰ্মকাৰক হৈছে৷

৭। যাব পৰা কোনে| বস্তু Sal নাইব| আঁতৰ হোৱা আদি অর্থ বুজায় তাক অপাদানকীবক বোলে। অপাদানকাৰকত পঞ্চমী বিভক্তি হয়। যেনে, ‘গছবপৰ| গুটি সৰিছে’। ইয়াত গছৰপৰ| গুটি আঁতৰ হোৱ| অর্থ বুজাইছে। এতেকে ‘গছৰপৰা, অপাদানকাৰক |

৮ । যত বা যিহত (wal সম্পন্ন হয় তাক অধিকৰণকাৰক- বোলে। যেনে ঃ-‘বান্দৰবোৰ গছত উঠিছে’। ইয়াত উঠা ক্ৰিয়াটো গছৰ ওপৰত সম্পাদন Fai হৈছে; এতেকে ‘গছত অধিকৰণকাৰক |

al কোনো ব্যক্তি a বস্তুৰ আন কোনে| ব্যক্তি বা বস্তুৰ লগত সম্বন্ধ থাকিলে, তেতিয়| সম্বন্ধ পদ হয়। ক্ৰিয়াৰ লগত তাৰ কোনো সম্পর্ক নাথাকে। এই কাবণে তেনে পদক কাৰক: নুবুলি ‘সম্বন্ধ পদ’ মাথোন বোলা হয়। যেনে, ‘পুথিখন