এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪৪. সবল ব্যাকৰণ
অদুবভূত কাল ৷ এই কালত ধাতুৰ ৰূপ স্বৰূপ বর্তমান কালৰ তুল্য ৷
সামীপ্য'ভূত কাল । একবচন বহুবচন ১ম পুঃ মই পড়িল আমি পঢ়িলে৷ { তই পঢ়িলি [ তহঁতে পঢ়িলি aE | তুমি পঢ়িল| \ তোমালোকে পিল | সি পঢ়িলে সিহঁতে পঢ়িলে ওয় পুঃ ৷ তেওঁ পঢ়িলে ৷ তেওঁবিলাকে পঢ়িলে তেখেতে পঢ়িলে তেখেত সকলে পঢ়িলে স্বৰূপভূত কাল | ১মপুঃ মই পঢ়িছিলে|ঁ আমি পঢ়িছিলোঁ| ট [তই পঢ়িছিলি { তহঁতে পঢ়িছিলি ঢ় | তুমি পঢ়িছিল৷ |, তোমালোকে পঢ়িছিল| সি পঢ়িছিল সিহঁতে পঢ়িছিল ওয় পুঃ | তেওঁ পঢ়িছিল | জলকে পঢ়িছিল তেখেতে পঢ়িছিল * তেখত সকলে পঢ়িছিল ভূত'বৰ্তম'ন কাল ৷
এই কালত ধাতুৰ ৰূপ স্বৰূপ-ভূত কালৰ দৰে ।