সমললৈ যাওক

পৃষ্ঠা:সৰল ব্যাকৰণ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাল ৩৯

৩ কে) কোনে| স্বভাৱ, অভ্যাস বা নিয়ম বুজাবলৈ ধাতুৰ লগত ২, ai, এ বিভক্তি ব্যৱহাৰ হয়। তেতিয়| ক্ৰিয়াৰ নিত্য বৰ্তমান কাল হয়। যেনে, ‘আমি ভাত খাওঁ; ইয়াৰ অর্থ, ভাত খোরাটো আমাৰ অভ্যাস ৷ ‘পুৰ বেলি ওলায়’, অৰ্থাৎ পুৰা ওলোৱাটে| বেলিৰ পক্ষে নিয়ম |

(খে) কোনো এটা কাম এই সময়তে চলি আছে, এনে অর্থ বুজাবলৈ Schl, ইছা, ইছে বিভক্তি ব্যৱহাৰ হয়। তেতিয়া ক্ৰিয়াৰ স্বৰূপ বৰ্তমান কাল হয়। যেনে, ‘শ্ৰেণীত ছাত্র বিলাকে কিতাপ পঢ়িছে’; ইয়াৰ অর্থ, ছাত্ৰবিলাকে কিতাপ পঢ়ি আছে; অৰ্থাৎ ছাত্রবিলীকৰ কিতাপ পঢ়া কামটো চলি আছে। ূ

৪1 কে) কোনো এটা কাম অলপতে শেষ হৈ গৈছে, অথচ তাঁর ফল এতিয়াও আছে, এনে অর্থ বুজাবলৈকে! ইচ্ছো, ইছা, ইছে__এই কেইট| বিভক্তিৰ ব্যৱহাৰ হয়। তেতিয়া ক্ৰিয়াৰ TESS কাল হয়। যেনে, ‘আটাইবিলাক ছাত্র স্কুললৈ আহিছে’ ; এই বাক্যৰ অর্থ এনেকুৱ| হব যে ছাত্ৰবিলাকে স্কুললৈ আহ| কাম শেষ কৰিছে; কিন্তু সেই আহ| কামৰ ফল এই AAAS আছে।

খে) কোনে| এটা কাম শেষ কৰ| হৈছে, এনে সাধাবণ অর্থ বুজাবলৈ ইলৌ, ইলা, ইলে--এই কেইটা! বিভক্তিৰ ব্যৱহাৰ হয়। তেতিয়| ক্ৰিয়াৰ সামীপ্য-ভূত কাল হয়। যেনে,