৮ম পাঠ |
বিশেষল ৷ ১। শুকান কাপোৰ | ঘন গাখীৰ A বুধিয়ক লৰা দুজন মানুহ। এই চাবিটা কথাত ‘শুকান’, ‘ঘন’, ‘বুধিয়ক', আৰু ‘হুজন" এই কেই পদে ক্রমে ‘কাপোৰ’, ‘গাখীব’, Tal’ আৰু ‘মানুহ’, এই চাবি বিশেষ্য পদব গুণ আক সংখ্যা বুজাইছে। এনেকৈ, বিশেষ্যব সম্পর্কে কোনো কথা প্রকাশ কৰা শব্দবিলাকক বিশেষণ বোলে৷ ২। কিছুমান শব্দ, বিশেষণ আক ক্রিয়। পদৰ গুণ বুজাব- লৈকে৷ ব্যৱহাৰ হয় । যেনে বব বুধিয়ক লবা’, “নিচেই দুখীয়। মানুহ' ; ইয়াত" “বব আক ‘নিচেই’ শব্দ দুটাই ক্রমে ‘বুধিয়ক’ আক “দুখীয়া” বিশেষণ শব্দ দুটাৰ গুণ বুজাইছে। এনেবোৰ শব্দক বিশেষণীয় বিশেষণ বোলা যায়। এই ধৰণৰ যিবিলাক শব্দে ক্ৰিয়| পদৰ গুণ বুজায় তাক ক্ৰিয়| বিশেষণ বোলে। যেনে ants যা, খবকৈ IS ইয়াত ‘cane’ আৰু ‘খৰকৈ’ ক্ৰিয়| বিশেষণ ৷ ৩ ৷ এইদৰে বিশেবণ পদ তিনিবিধ বুলিব পাবি। যেনে £_- বিশেষ্যৰ বিশেবণ, বিশেষণীয় বিশেষণ, feral বিশেষণ ৷