২২ সৰল ব্যাকৰণ
৫। কেতিয়াব| কেতিয়াবা মতা, টো, আদি শব্দৰ যোগভ' পুংলিঙ্গ আক মাইকী, জনী, আদি শব্দৰ যোগত স্ত্রীলিঙ্গ বুজোর! হয়।
পুংলিঙ্গ afar মতা মানুহ মাইকী মানুহ মানুহ টো মানুহ জনী তৃতীয় অনুশীলন |
১। তলত দিয়া শব্দবোৰক, ach, জ্ৰীলিঙ্গ, ক্লীবলিদ আক Sem লিঙ্গ, এই চাৰি ভাগত বিভক্ত কৰা £_ চপনীয়া, বৰুৱানী, হৰিণ, মানুহ, শিয়াল, উকিল, শ্রীমতী, ধন্য, মৃগনয়ন্»
- সিংহী, LA, খুড়া, মামা, Get, কাউৰী, বগলী, উজল| Hel, গৌসাই,
ৰজা, গিৰীহঁতনী, ভালুক, মৃগী, বেঙা, কুঁৱৰী, আমৈ, মুনিহ, বড়, দেৱৰ, দাতিনী।
২। তলত দিয় শব্দবিলাকৰ পুংলিপ্ কি কোৱ| £_-
একাদণী, দেৱী, পাঠিকা, TTS, ৰূপৱতী, THA, কমাবণী, জেঠী, আঁকৰী, ৰাঙলী, ডেকেৰী, কাণী, বৌ, বেটা, লী, আইচু, কাঢ়লী, বগী», ৰাণী, গাই।
৩। তলত দ্বিয়| শ্দববিলাকৰ স্ত্লিঙ্গ কি কোৱ| £_
নবম, ব্ৰাহ্মণ, ZBL, কলিতা, গিৰীহঁত, মহা, কলা, টেঙৰ, হাহ, বাব. ককাই, দমৰা, বাপ, তাৱৈ, দঁতুৱ| ভাই, কোৱা, কক| |