সমললৈ যাওক

পৃষ্ঠা:সৰল ব্যাকৰণ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ৰ্থ পাঠ |

বিশেষ্য ৷

১। বিশেষ্য পদ চাৰিবিধ। যেনে £-_ (কে) সাধাৰণ-সংজ্ঞাবোধক বিশেষ্য । (খে) বিশেষ-সংজ্ঞাবোধক বিশেষ্য ।

(গে) ভাব-বোধক ব| গুণ-বোধক বিশেষ্য | (ঘ) ক্ৰিয়া-বোধক বিশেষ্য।

২। কে) যি বিশেষ্য পদে কোনে| প্রাণীৰ ব| বস্তুৰ সাধাৰণ নাম বুজায় তাক সাঁধাবণ-সংজ্ঞাবোধক বিশেষ্য বোলে। যেনে, গছ, লতা, মাটি, পানী, গক, মহ, আকাশ, পৃথিবী, ইত্যাদি ।

(খে) fa বিশেষ্য পদে কোনে| বিশেষ প্রাণী বা বস্তুৰ নাম বুজায় তাক বিশেষ সংজ্ঞাবোধক বিশেষ্য বোলে। যেনে, যোৰহাট, ব্ৰহ্মপুত্ৰ, তাজমহল, কামাখ্যা, বাম, বহিম, ইত্যাদি |

(গে) ঘিবিশেষ্য পদে কোনে! ভার বা গুণ বুজায় তাক ভার-বোধক বা গুণ-বোধক বিশেষ্য বোলে। যেনে, উৎসাহ, সৌন্দৰ্য্য, লবালি, Cry, ইত্যাদি 1

(ঘে) বি বিশেষ্য পদে কোনো এটা কার্ধ্য বুজায় তাক ক্রিয়া- বোধক বিশেষ্য বোলে। যেনে, শয়ন, ভোজন, পিন্ধন, ইত্যাদি |

দ্বিতীয় অনুশীলন

কোনটে| কি প্রকাৰৰ বিশেষ্য কোৰা__

ঘৰ। মাটি। পানী। জুই । আগ্রা ৷ দৰ্দ্ৰিত| ৷ মইমতালি। আকবৰ । মহাৰজ| ৷ বুঢ়াগৌহাই। সোৱণশিৰী। উৰণ। গাখীব। পঢ়াশালি | কলিকতা । পেগোদা। মন্দিৰ। পর্বত। হিমালয়। পঢ়ন। আর্জন। ভেঙুচালি। বেদ। বাইবেল। চন্দ্ৰ। স্থৰ্য্য। কাপ। পথাব। ধান। নাও । মৰণ। Veal শোৱন। স্থিৰতা ।

=ুু}ঁ-]-