এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
স্বাৰ্থৰ সমাজ।
| গনেশ— | নেভাবিম কেলৈ? গাৱঁৰ নে মাৱৰ তাতে তুমি
ভালৰ ঘৰৰ পৰা। এতিয়া অৱস্থা বেয়া হৈহে কাহিল হৈছা। |
| ধেনুৰাম— | তেনেহলে মইনো এতিয়া কি কৰিব লাগিব। |
| গনেশ— | আজি গধূলিকৈ ওলাই আহিব। যেতিয়া টোপনি
যাব লাহেকৈ মুখত সোপা দি চকুকেইটা বান্ধি লৈ আহিমগৈ। |
| ধেনুৰাম— | তোমাৰ ঘৰত থলেহি আটাইবোৰে গম পাব নহয়। |
| গনেশ— | মই তাৰ উপায় কৰিম। দুদিনমান ৰাখি চাওক
দিথৈ আহিমগৈ। |
| ধেনুৰাম— | বাৰু তেন্তে মই গধূলিকৈ সোনকালে খাই বৈ
আহিম, তুমি সাজু হৈ থাকিবা। মই এতিয়া যাওঁহে। |
| গনেশ— | বাৰু যোৱা পলম নকৰিবা। |
( ধেনুৰাগৰ প্ৰস্থান )
| কথাটোৰ অলপ আশা ধৰিছে। দুদিনমান ঘৰতে ৰাখি
হীৰালালক দিম, সিমানতো মান্তি নহলে চাহাবক দি থৈ আহিমগৈ। চাহাবৰ পৰাও টকা চেৰেক পাম। ধেনু - ৰামে কামটো পালে তাকো আশা দি দি টকাচেৰেক সৰকাব পাৰিম। |
( দধিৰাম আৰু কমলৰ প্ৰবেশ )
| (কমললৈ চাই) তুমি কেতিয়া আহিলা।তোমালোকৰ |