এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
—মুনিহ—
| নিৰ্মলচন্দ্ৰ শৰ্মা — | সৎসাহী ডেকা। |
| ৰজনীকুমাৰ— | এজন কৰ্ম্মচাৰী। |
| নগেন্দ্ৰ— | ঐ পুতেক |
| যোগেন্দ্ৰ— | ঐ সৰু পুতেক। |
| পুৰুষোত্তম— | গাঁৱৰ সমজুৱা পণ্ডিৎ। |
| হীৰালাল— | এজন উইভিং মাষ্টৰ। |
| গনেশ— | ঐ বন্ধু |
| ধেনুৰাম— | গনেশৰ বন্ধু। |
| মুকুন্দ, উজিৰ— | নগেনৰ বন্ধু। |
| দাৰোগাবাবু— | থানাৰ দাৰোগা। |
| চিপাহী— | ঐ চিপাহী |
| সন্যাসী— | এজন ব্ৰহ্মচাৰী। |
| বিছাৰক— | প্ৰধান আইন সঙ্গত বিহোতা। |
| কমল— | গনেশৰ বৈনায়েক। |
| দধি— | ঐ সৰু ভায়েক |
| পিয়ন, মাধ ইত্যাদি— |