এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
উছৰ্গা।
শিশু অৱস্থাতে পিতৃহীন হৈ যি স্নেহময়ী জননীৰ
যত্নেৰে পালিত হৈ ডাঙৰ দীঘল হলো—
(স্বৰ্গীয় পিতৃদেৱতা ৺চন্দ্ৰধৰ বৰুৱাৰ সহধৰ্ম্মিনী )
সেই ঐ যুক্তা দময়ন্তী (আইদেউ) বৰুৱা মাতৃ দেবীৰ
চৰণ কমলত
এই ক্ষুদ্ৰ নাটক খনি
উছৰ্গা কৰিলো।
—শ্ৰীৰত্ন—