সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাস্থ্য-বিজ্ঞান। ৬৭

প্রমাণ বুজিব পাবিব। এন্ধাৰত cata গছৰ গ| আৰু gaa, সি সদাই পোহৰলৈ ওলাবৰ চেষ্টা কৰে। যি মানুহ আন্ধাৰত থাকে, সি বিবর্ণ, দুৰ্বল আৰু তাক নান| ৰোগে ধৰিব পাবে | পোহৰত নুফুবা মুনিহ তিৰোত| উভয়ে মনত কষ্ট পায়। নৰিয়া মানুহক অধিক পোহৰ লাগে আৰু তাৰ পৰ| শক্তি সঞ্চয় কৰ| দেখা যায়। আন্ধাৰ ঘৰ ৰোগৰ ঠাই 1 পোহৰ পৰা ঘৰ শুকান ফৰকাল আক পৰিষ্কাৰ কৰিবৰ স্থবিধা হয়। বেলিৰ পোহৰে দুর্গন্ধ নাশ কৰে, সাপ আৰু আন অপকাৰী ক্ষুদ্ৰ জন্তু বিলাকক খেদায়। ঘৰৰ ভিতৰত থকা তিবোত। ৰিলাকৰে৷ প্রচুৰ পৰিমাণে পোহৰ আৰু বায়ুৰ আৱশ্যক ! এয়ে নহলে সিইতৰ পীড়া হয় আৰু লৰ|-ছোৱালী বোৰে| নৰিয়| পৰে। পোহৰ আমাৰ দৰকাৰী বস্তু সচা; কিন্তু বেলিৰ চোক| ৰ’দে আমাৰ বেমাৰ কৰিব পাৰে। ৰ’দত লৰি ফুৰ৷ লৰাৰ মূৰৰ কামোৰনি হয়। ৰ’দত ফুবা মানুহে সূধ্যৰ তাপৰপৰ| সাৰিবলৈ মূৰত জাপি বা ছাতি লোৱা কৰ্ত্তব্য |

৫ । বিশুদ্ধ পানী।

a= আবস্ঠন্ ৪--আমি যি বস্তু খাও তাৰ ভিতৰতে ,' কম বেচি পৰিমাণে পনীয়| অংশ আছে; কিন্তু শৰীৰক ইমান্‌ পানী লাগে যে, সেই, অংশই যথেষ্ট নহয়। এই কাৰণে আমি