সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২]

THY শ্রীযুত সৰ্বশ্বৰ শর্মা কটকী কলেজিয়েট স্কুলৰ এচিষ্টেণ্ট মাষ্টাৰ মহাশয়ৰ অভিমত-_

"Ages গৌৰীকান্ত বৰপূজাৰী হেড. পণ্ডিত মহাশঃৰ বুগুত কৰা স্বস্থা-বিজ্ঞান পুথি খনি হাতে লিখা অৱস্থাতে মই আগৰ পৰ| গুৰিলৈকে পড় চালৌ। পণ্ডিত মহাশয়ে এই পুথিখন অসাম গবর্ণমেন্টে প্রচ'ৰ কৰা নতুন কাৰিকুলাম অনুসৰি যুগুত কৰা বুলি কৈছে। পুথিখন লৰাৰ উপযোগী কৰি আৰু ভাষ'ৰ জোট ভাঙ্গি হিখিবলৈ পণ্ডিত মহাশয়ে বিশেষ চেষ্ট৷ বৰিছে। এই পুহ্ত স্বাস্থ্য-হ্ষয় ভালেমান কথা আলোচনা কৰা হৈছে আৰু ইয়াত শিয়া বিবিধ ৰেমাৰৰ বেলেগ বেলেগ ভক্ষণ আৰু চিকিৎসাৰ ব্যৱস্থাবোৰ পণ্ডিত মহাশয়ে অৱশ্তে সাৱধানে সংগ্রহ কৰিছে । এইবোৰ" বিষয়ত তভিজ্ঞ লোকৰ উপদেশ বিশেষ কাৰ্য্যকৰী হব যেন লাগে। পুথি খনিৰ ভাষা আৰু বচনা উজু আৰু লবাঁৰ উপযে৷গী কৰিবলৈ কৰা যত্রত

৷ অব্বশ্তে পণ্ডিত মহাশয় শলাগৰ পাত্র। এই পুথি প্রকাশ হলে লৰাৰ উপকাৰ | হব কুলি আশা কৰিলো1। ৰৰপূজাৰী দেৱৰ শ্রম আক যত্ন সফল হওক). | ইতি ৩১1৩।২৯ গুৱাহাটী উজানবাজাৰ ৷”

{ |

পুৰণিত পুথিচচ্চাত পার্গত জোনাকী বিজুলী আদি মাহিলী আলোচনীৰ- দিনৰে পৰা অসমীয়া ভাষাৰ একনিষ্ঠ সেৱক বিজ্ঞ সাহিত্যিক শ্রীযুত সোণাৰাম চৌধুৰীৰ অভিমত-- ৷

“পণ্ডিত Aq গৌৰীকান্ত বৰপূজাৰীয়ে এই পুথিখন “এডুকেছন. ডিপাৰ্টমেণ্ট ক্যাৰিকুলম্‌’ অনুসৰি প্রথম মান শ্ৰেণীৰ পৰা সপ্তম মান শেণীলৈকে উপযোগী হোৱাকৈ পিখিছে, আৰু fee ছবিৰে পাঠবিলাক লৰা-ছোৱালীৰ ওচৰত স্পষ্ট আৰু সুগম হব পাৰে তেনে কিছুমান ছবি ইয়াৰ, fours দিয়াত পুথিখন সৰ্ব্বাল্লসুন্দৰ হৈছে। মই আনু্‌ংন্দৰে এই পুথিৰ" আগ-গোৰ মাৰি চাই দিষ্টো। শিক্ষাবিভাগৰ কর্তৃপক্ষ মকলে ইয়াক মঞ্জুৰ