স্বাস্থ্য-বিজ্ঞান। ৪৯
গাত এই ৰোগৰ উৎপত্তি হয়। আঁক সেই বোগতে বহুত এন্দুৰ মৰে। সেই মৰি পৰি থকা এন্দুৰ বিলাকৰ পৰা সেই শস্য বা আন আন খোবা বস্তু দূষিত হয়। আক তাকে খালে বা চুলে মানুহৰ গালৈ সেই বেমাৰৰ বীজ আহে। এন্দুৰৰ গাত থকা বহুত ধৰণৰ পোক থাকে। SA এন্দুৰৰ গাত থকা. পোক বোৰৰ পৰাও এই বোগ মানুহৰ শৰীৰলৈ অহ| যোৱ| কৰে। লক্ষন ৪বেমাৰ আৰম্ভ হোৱাৰ অলপ সময়ৰ ভিতৰতে সকলো লক্ষণ ফুটি উঠে। প্ৰথমতে অলপ অলপ গাৰ বিষ আক জ্বৰ হয়, আক প্রায় সেই জৰ ১০৫ বা ১০৬ ডিগ্ৰী লৈকে উঠে। গাৰ বিষ লগে লগে বাঢ়ি যায়, চকু-মুখ ইত্যাদি বিশেষকৈ চকু Bl জবা ফুলৰ দৰে ৰঙ| হৈ উঠে, চকু মুখ ফুলি উঠে আক অলপ সময়ৰ ভিতৰতে চেহাৰ| ভয়ঙ্কৰ হৈ উঠে। wate . নাড়ী বব দ্রুত আক দুৰ্ববল হৈ যায়, এই বিলাকৰ লগে লগে বেমাৰী অতি দুর্ববলহৈ যায় আৰু লাহে লাহে তন্দ্ৰাভিভূত হৈ পৰে, শেষত সম্পূর্ণ অজ্ঞান হৈ যায়। সময়ে সময়ে প্রদাহ, পিয়াহ বৰ বেচি হয়, অথচ প্রায়েই Geta কমি যায়। প্লীহা আৰু যকৃৎ প্ৰায়েই অলপ ডাঙ্গৰ হয়।
এই বিলাকৰ লগে লগে প্রায় $ ভাগ বেমাৰীৰে বুকত সো বা বাওঁফালে a geal ফালে গাঙতি নামে। কেতিয়াব| কেতিয়াব| কাষ লতিৰ তলতে| নামে। লগে লগে বিষ হয়, শেষত এই বিলাক পকি যায় আৰু তাৰপৰ| পু'জ-তেজ ওলায়। 3 ভাগ
মান প্লেগ ৰোগীৰ আকৌ ফাওঁ-ফাওঁ যন্ত্র দুটা বিশেষ ভাৱে 8 .