সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪। বসন্ত ae) |

ই এটা খৌঁচৰ৷ ৰোগ। বসন্তৰ বীজাণু বায়ুৰ লগত নাকে মুখে মানুহৰ পেটলৈ গৈ বসন্ত ৰোগ উৎপন্ন কৰে। মাখিবোৰেও বসন্ত ৰোগীৰ গাৰপৰ| ৰোগৰ বীজ আনি খাদ্যবস্তুত পৰি

টিকা cate tate ফল। টিকা লোৱ| হেতু বসন্ত ওলোৰা নাই৷

বসন্ত বীজ বিয়পায়। সাধাৰণতে মানুহৰ সৰু আই আৰু বৰ আই এই দুবিধ বসন্ত হোব। দেখা যায়। আগৰ বিধ