সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ge স্বাস্থ্া-বিজ্ঞান।

(১৪) শুশ্ৰাষাকাৰীয়ে খোৱাৰ পূর্বের কার্ববলিক চাবনেবে আক গৰম পানীৰে হাত-ভৰি আঁক মুখ ধুই পিচত ৰোগৰ বীজাণুনাশক SAAS আকৌ ধুইহে আহাৰ কৰিব।

লবলগীয়া সাব শ্বানন ৪৫১) পানীৰ বিষয় চকু বাখিব, নাদ, পুখুবীত মাজে মাজে পটাচ পাঁৰমেঙ্গেনেট আৰু চূণ fe পানী পৰিষ্কাৰে ৰাখিব। (২) তপত পানী ফিলটাৰত চেকি সদাই খাব লাগে। কেঁচাই খোৱা| পাণ-তামোল পটাচ পাৰমে- = জেনেট মিহলোৱ| পানীৰে ধোৱাই হে ব্যৱহাৰ কৰ| উচিত। উত- লোৱ| পানীয়ে ৰোগৰ বীজ নষ্ট কৰে। (৩) নিৰ্ম্মলত|, ভাল আহাৰ, গৰম কাপোৰ আৰু যি আমাৰ গা-সবল ৰাখে তাকেহে ব্যৱহাৰ কৰিব লাগে। খোৱ| বস্তুত মাখি পৰিব নোৱাৰাকৈ ঢাকি ৰাখিব লাগে। কাৰণ মাখি শৌচ-বীতি আদি ময়ল৷ বস্তুত পৰি পাখী আৰু ঠেঙ্গত ৰোগৰ বীজ আনি খাদ্যবস্তুত পৰি ৰোগৰ = বীজ বিয়পায়। (৪) কলেৰাৰ সময়ত জোলাপ লোৱ৷ অনুচিত। টোপনি খটি নকৰিব আৰু ৰাতিৰ চেঁচ| বতাহ গাত নলগাব। (৫) ওচৰত জহনী হলে ভাল মানুহে হজনী নহবৰ নিমিত্তে টিকা লব লাগে। (৬) ৰাতি পেটত carne কাপোৰ মেৰাই শোৱ| ভাল, ভয় কৰিলে কলেৰ| হবৰ অতি সম্ভব। ঈশ্বৰক ভাবি প্ৰফুল্লচত্তে থাকিব। (৭) জহনী ৰোগৰ ওঁষধ ঘৰত ৰখ| ভাল। ৰাতি ঘৰত ধুন|গন্ধক প্রভৃতি স্তৃগন্ধি বস্তু সদায় জ্বলাব লাগে আক শোৱ| ঘৰৰ বেৰত চুণ দিয়া ভাল। (৮) কলেৰ| হোরা ঘৰত বা গাৱত শুধাপেটে নাযাব, কোনো বস্তু