সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাস্থ্য-বিজ্ঞান। ৩৯

লক্ষণ s—(s) চাউল catal পানীৰ নিচিন| শৌচ আক বীতি হয়। (২) হাত-ভৰি খিলামুৰি ধৰে। (৩) ৰোগী জহিগৈ বিবর্ণ হয়। (৪) ভৰি-হাতৰ আঙ্গুলিৰ পাব খাল হৈ যায় আৰু নাকৰ পাহি আক কাণ হালি পৰে। (৫) পিয়াহ হয় আৰু চেঁচাপৰে । (৬) সন্নিপাত হৈ চকু ৰঙ| পৰে, ভ্রম বকে, আৰু উঠি যাবলৈ খোজে।

চিনি £_(১) ৰোগ দেখা দিলেই শৌচ আৰু বাতি বন্ধ হোব। দৰৰ খুৱাব। (২) ডাক্তৰক আনিব আৰু তেওঁৰ দিহা মতে উপসৰ্গৰ নিবাৰণি দৰব দিব। (© কলেৰাৰ ইন্জেক্চন্‌ দিব। (৪) উতলোৱ| পানী চেঁচা কৰি খাব দিয়| ভাল। (৫) ‘পটাচপাৰমেঙ্গেনেট’ মিহলোৱ৷ পানী দিয়াও উত্তম (ডে) গা গৰম কৈ ৰাখিব, মোৰ ধৰিলে লোণ ভাজি টোপোল| কৰি নাইবা কল! বটলত তপত পানী ভৰাই সেকিলে মোৰ ধৰা ভাল হয়। (৭) শৌচ আক বাঁতি বোৰ দূৰৈত নি পুতিব। (৮) ৰোগীক আছ্ুতীয়াকৈ এট! ভাল ঘৰত বাঁখিব। (৯) খুনা-গন্ধক, কয়ল! জুলাই ঘবটো স্ুগন্ধিকৈ ৰাখি দূষিত বায়ু পৰিষ্কাৰ কৰিব। (৫১০) ঘৰত ale ঘৰৰ চাৰিও কাষৰ মলিয়ন ঠাইত শুকান মাটি দি ফিনাইল চতিয়াই দিব। (১১) ৰোগী মৰিলে পুৰিব নাইবা পুতিব লাগে। (১২) ৰোগীৰ ব্যৱহাৰত থকা কাপৌব-কানিবোৰ গৰম পানীত সিজাই ধুই গন্ধকৰ ধোৱাৰে সোধন কৰি কিছুমান দিন থৈহে ব্যৱহাৰ কৰিব। কিন্তু পুতিব নাইব| পুৰি পেলালে বিশেষ নিৰাপদ হোৱ| যায়।