এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬৮ , স্বাস্থ্য-বিজ্ঞান।
বরা এই ছুই ages বেচি হয়; তাৰপৰ| ৰক্ষা পাবৰ কাৰণে সকলো মামুহেই কলেবৰ সময়ত ব্যৱহাৰ কৰিবলৈ ‘ক্যান্ফৰ’, ‘ক্লোৰোডাইন’, “কপ্ূর্বৰ আৰক’ প্রভৃতি দৰব কিনি ঘৰত ৰখা ভাল। ২১ বাৰ শৌচ হলেই ব্যৱহাৰৰ প্ৰণালীত লিখামতে খুৱাব, আৰু সোনকালে ডাক্তৰক খবৰ দিব।
কলেৰাৰ বীজাণু।
এই ৰোগৰ বীজাণুবোৰ পানীৰ সৈতে মিহলি হৈ মানুহৰ পেটত সোমাই শৰীৰৰ তেজ বিষাক্ত কৰে। অপৰিমিত ভোজন আৰু অজীৰ্ণ আহাৰৰ পৰাও এই ৰোগৰ বীজ উৎপন্ন হয়। ই এট| খোঁচৰা ব্যাধি। ৰোগীৰ শৌচ বাঁতি যাতে পানীৰ সৈতে মিহলি নহয় তাৰ বাবে যত্ন লব। নহলে এজনৰ ৰোগৰ বীজে অনেক মানুহ মাৰিব পাঁৰে। এই ৰোগী ২০২২ দিনলৈকে জীয়াই থাকিৰ পাৰে।