সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাস্থ্য-বিজ্ঞান। ৩৭

চিনিশুস্লা £--(১) জ্বৰ নোহোৱাকৈ থাকিবৰ উপায় বোৰেই গ্রহণী নিবাৰণ কবাঁতে। সহায় কৰে। (২) আহাৰৰ বিষয় সাৱধান হোৱ৷ কর্তব্য । (৩) ঘোল, পুৰণি ঠেকেৰ| টেঙা, পুৰণি তেঁতেলি আৰু বেল খোৱাৰ পৰা সাধাৰণ গ্রহণী ভাল হয়। (৪) ডাক্তৰৰ পবা গ্রহণী ৰোগৰ ইন্জেক্চন্‌ লব লাগে।' |

লব aaa Sasa ৪0১) as সলনি হোৱ' সময়ত সাবধান থাকিব। (২) গাত তাপ ব| শীত লাগিলে গ্রহণী হব পাৰে। (৩) নিসিজা শাক-পাচলি আক ভাত খোক৷ অযুগুত | (৪) কেঁচা বা অতি পকা ফল খোৱ| বেয়া । (৫) অধিক আহাৰ কৰা, ৰাতিৰ বতাহ গাত লগোবা অনুচিত। (৬) গা গৰম ৰাখিব লাগে, আক পেটত কাপোৰ মেৰাই শোবা উচিত৷ (৭) অধিক জলা আক ভজ-পোবা বস্তু খোবা ভাল নহয়। €৮) মাজে মাজে দৈ গাখীৰ আক টেঙ| খোবা ভাল।

(খ) জহনী, মাউৰ ব। কলেৰ| |

জহনী ৰোগ ৪ বিধ। তাৰ ভিতৰত ‘এচিয়াটিক’ কলেব বৰ.

সাংঘাটিক। এই ৰোগী ৪ ঘণ্টাৰ ভিতৰতে মৰে, আন কেই বিধৰ আক্রমণ সিমান কঠিন নহয়। আৰম্ভৰ পৰাই ডাক্তৰৰ 'দিহামতে চলিলে আবোগ্য হব পাৰে। জহনী ৰোগ ঘাইকৈ গ্রীক