সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২। (ক) ভেদ বা পেট চলা ৰোগ আক গ্রহণী।

এই ৰোগ অতি ভোজন, শৰীৰৰ অহিত আহাৰ, আৰু বেয়া পানীৰ পৰা হয়। হঠাৎ বায়ুৰ তাপৰ কম বেচি হলে আক পিন্ধ৷ কাপোৰ সলনি কৰাৰ পৰাও এই ৰোগ জন্মে। গ্রহণী ৰোগ দূষিত বায়ুৰ পৰাও হয়। ই প্রথম বিধত কৈ শকত। Get | প্রকাশ হোবা মাত্রেই স্থবিজ্ঞ চিকিত্সকৰ পৰামৰ্শমতে চলিব লাগে।

CSR A COSA CTIA লক্ষণ £--(১) ঘনে ঘনে শৌচ কৰিব লাগে আৰু পিয়াহ হয়। (2) অজীর্ণ পাতলা শৌচ হয়।

Teter £- (১) স্থিৰ হৈ ৰোগীক শুই থাকিব দিব লাগে। (২) পেটৰ বেদন| হলে ক্লোৰোডাইন আৰু পিপামেন্ট অলপ ব্যৱহাৰ কৰা ভাল। (৩) ote, বাল্লি বা লঘু আহাৰ Catal উচিত ।

ARNT লক্ষণ £--(১) তল-পেট গধূৰ আৰু গা গৰম হয় ॥ (২) তল-পেটৰ কামোৰণি হয়। (৩) ঘণ-ঘণকৈ শৌচ কৰিব লাগে। (৪) শৌচ কৰোঁতে প্রথমে সাওঁ পৰে আৰু পিচত তেজ পৰিবলৈ ধৰে। এই ৰোগৰ লগত জ্বৰ হলে ৰোগীৰ সঙ্কটাৱস্থ| হয়।