স্বাস্থ্য-বজ্ঞান। ২৭
পৰিব লাগে আক আবোগ্য হলেহে উঠিব লাগে। (2) ডাক্তৰ a কৰিৰাজৰ চিকিৎসাত থকা ভাল॥ (৩) পচতিয়াৰ পাতৰ ৰস মিহলাই দুইবেলাই মৌৰে মাৰি মকৰধ্বজ খাব দিয়া ভাল। (৪) লোণ ভাজি টোপোল৷| কৰি বুকুত সেক দিলে বুকৰ বিৰ কমে। (৫) বাহকাৰ পাতৰ ৰস, তুলসী পাতৰ বদ আক আদাৰ ৰস পুরা গধূলি মৌৰে সৈতে খুৱাব লাগে। (৬) লঘু তাহাৰ খাব আৰু গ| গৰম ৰাখিব ater (৭) ৰোগীক আহল বহল, ৰ’দ আৰু পোহৰ পৰা ঘৰত ৰখ| আবশ্যক । (৮) ধুণ| জ্বলাই ঘৰ স্নুগন্ধি কৰি বখা উত্তম ব্যৱস্থা। (৯) ৰোগীৰ cer cata, বিছনাৰ কাপোৰবোৰ সাৱধানে নি ৰোগৰ বীজ নষ্টকাৰী দৰবেৰে দোষ হীন কৰিব লাগে।
ললবললপীল্লা সাম্ৰথান ৪৫১) শাৰীৰিক আৰু মানসিক পৰিশ্রমত নিয়মীয়া হোৱ৷ ভাল । (২) গাত ঠাণ্ডা নলগাৰ আৰু বৰষুণত নিতিতিব। (৩) ধূলি পূর্ণ বাটত নুফুৰিব। (৪) হাট- বজাৰ বা বহুলোক পূৰ্ণ ঠাইত নেযাব। (৫) টোপনি খটি নকৰিব। (৬) নিতৌ ২ গ্রেণকৈ কুইনাইন্ খাব। (৭) বুকু আক পিঠিত সবিয়হৰ' তেল ভালকৈ মালিচ কৰিব। নাকেৰে তেল উজাই দিব। (৮) গধূলি ঘৰত ধূণা লগাৰ । (৯) ৰুমালত ‘ইউকেলিপ্টাচ’ তেল লৈ শুডিব। (de) গৰম পানী খাব আৰু কেঁচা ঝা চেঁচাবস্ত, দৈ গাখীৰ নাখাব। (১১) শোৱাৰ সময়ত বাহিৰে gata খিৰিকি মেলি ৰাখিব। (১২) ৰাতি পেট আৰু মূৰ ফেনেল কাপোৰ মেৰাই গৰমকৈ বাখিব।