২৬ স্বাস্থ্য-বিজ্ঞান |
cot বস্তু, দৈ গাখীৰ, চেঁচা পানী খাব নেলাগে। (৮) সদায় গধূলি ঘৰত ধুনা জ্বলাব লাগে।
(ai) ‘ইন্ফ্ল,য়েঞ্জ’ বা কাহস্বৰ |
এই জ্বৰ পানী লগাৰ পৰাই বৃদ্ধি হৈ প্রবলাবস্থাত পৰে ৷৷ ইয়াৰ বীজাণুবোৰ উশাহত বায়ুৰ সৈতে আৰু পানীৰ লগত পেটৰ ভিতৰলৈ গৈ ‘ইন্ফ্লয়েঞ্জ’ জব হয়। ই এটা সংক্ৰামক ৰোগ আন মানুহে সাবধান হৈ চলিব আক ৰোগীক want কৰা কর্তব্য |
লক্ষণ ৪৫১) পানীলগ! জ্বৰৰ লক্ষণ বোবেই প্রথমে দেখা দিয়ে। (২) পাচত টান হৈ A শৰীৰে বিষ কৰে। (৩) ' আবন্তণতেই শুকান কাই হৈ পাচত কাহিৰ নোবাবা। হয়, কাবণ এই ৰোগে হাও ফাঁও দুর্বল কবে । (৪) জ্বৰ ক্রমে বাঢ়ি যায়। (৫) বুকুৰ বিষ ইমান বাঢ়ে যে ৰোগীয়ে উশাহ লবলৈ টান পায়। (৬) সময়ে সময়ে নাকে-মুখে তেজ ওলাবও পাৰে, প্রলাপ বকে। (৭) পিয়াহ বেচি হয়, গ| বৰকৈ ঘামে, বাঁতি আহে। ৰোগীৰ Maral অনুসৰি এই বেমাৰ cine দিনলৈকেও থাকিব পাৰে । _ চিক্রিতৎস1 ৪0১) এই ৰোগৰ আৰম্ভণতেই বিছনাত