সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ স্বাস্থ্য-বিজ্ঞান।

কিন্তু একে বেলিয়েই পেট পূৰাই নহয়। স্নানি অলপ কুহুমীয়া পানীৰে কৰিলে ভাল।

স্পা

(খ) সাধাৰণ পানী লগা! জ্বৰ |

এই জ্বৰে| অৱহেল| কৰিব লগা, বিধৰ নহয়; কিয়নো প্রথম অৱস্থাৰ পবা সাৱধান নহলে সাংঘাটিক ‘ইন্‌ফ্লুয়েঞ্জ’ বা কাহম্বৰ হব পাৰে। সাধাৰণতঃ ঠাণ্ডা লগাৰ পৰা বা ধূলি নাকৰ ভিতৰত সোমোৱাৰ পৰা পানী লাগে।

ASA £--প্ৰথমতে মূৰ গধূৰ লাগে, তালু চেক্‌চেকায় আৰু গধূৰ হয়, মূৰ অলপ অলপ কামোৰে, মুখ-নাক-চকু অলপ অলপকৈ

পোৰে। নাকৰ পৰ| পানী ওলায় আৰু হাচি আহে। শৰীৰৰ

তাপ স্বাভাবিক অৱস্থাতকৈ অলপ বাটে, গাৰ সামান্য ৰকম পোৰণি হয়। গাৰ সন্ধি স্থল বোৰ কুট কাট কৰে। পানী লগাৰ পবা কাহ হবও পাবে । কেতিয়াব। কেতিয়াবা পানী লগাৰ পৰাও মাত ভাঙ্গা দেখা গৈছে।

চিক্ৰিতলা £- (১) পানী লগা জ্বৰভাৰ হলেই লঘোণ দিব লাগে আৰু গ! অন্ততঃ ১ দিন ধুব নেলাগে। (২) পানী লগাৰ প্রথম অৱস্থাত “এসেন্স অব, ক্যাম্ষৰ” বিশেষ হিতকব। (৬) পঢ়া আৰু পৰিশ্রমৰ কাম কৰ| অযুগুত। (৪) কৰুমালত ‘ইউকেলিপ্টাচ্‌’ তেল লৈ গুডিলে উপকাৰ হয়। (৫) তপত পানী খাৱ আৰু গরম কাপোৰেৰে গ| ঢাকি ৰাখিব লাগে।

>