সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাস্থ্য-বিজ্ঞান। ২৩

হোৱাৰ লক্ষণ দেখা পালেই ডাক্তৰ বা কৰিবাজৰ আশয় লব লাগে। (8) ঘৰৰ চাৰিওফালে গছ-গছনি আক পানী বন্ধ হোৱ৷| ঠাই cata পুতি পেলাব লাগে। (৫) ঘৰত পোহৰ আৰু বায়ু সোমাব পৰাকৈ চাৰিও ফাল ফৰকাল কৰি বাখিব লাগে। (৬) পানীৰ বিষয় সাৱধান হব লাগে । আক ভাল পানী নাপালে আহাৰৰ লগত ব্যৱহাৰ কৰাৰ আগেয়ে তপতাই ছেকি লব লাগে। (৭) ওচৰত জ্বৰ প্রবল হোৱ| সময়ত খালি পেটেৰে কলৈকো Glial উচিত নহয়। উপযুক্ত পৰিমাণে ভাল আহাৰ খাব লাগে। (৮) ৰাতিৰ বায়ু আৰু ৰ’দ ate লগোৱ| ভাল নহয়। বৰ ভাগৰ লগা কাম কৰিব নাপায়। (৯) ঘৰৰ বাহিৰত শোবা অবিধি, যাতে বাতি গা গৰমে থাকে, খাট বা চাং আদিত হে শোৱ| বিধি । (se) নিৰ্ম্মলতাই জ্বৰ নোহোৱাৰ মূল কাৰণ৷ (১১) বর্তমান চিকিৎস| শাস্ত্ৰৰ অনুমোদিত প্রণালীৰে জ্বৰৱ ইন্‌জেক্‌ছন্‌ দিব লাগে। (১২) জ্বৰ মুৰত উঠি চকু ৰঙা হলে মুৰত চেঁচ| পানী ঢালিব লাগে। কিন্তু থাৰ্ম্মমিটাৰ বা জ্বৰ জোখা যন্ত্ৰৰ alate জুখি জ্বৰৰ বেগ ১০২৭১০৩০ ডিগ্রী লৈ নামি নহালৈ care পানী vat উচিত। (১৩) মূৰত aa উঠি, ভৰি-হাঁত cdl পৰিলে সহিব পাৰ৷ তপত পানীত cata মিহলাই আঠুলৈকে ভৰি আক কিলাকুটিলৈ হাত yard দিব আক গৰম কাপোৰেৰে মেবাই বাখিব। (১৪) লোণ ভাজি সেকিলে নাইবা গৰম পানী বটলত ভৰাই সেকিলেও গৰম আহিব পাৰে। (১৫) সবল নোহোৱ| লৈকে লঘু আক বলকাৰক খাদ্য খাৰ লাগে। সেয়ে