সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

RQ স্বাস্থয-বিজ্ঞান।

নে'হোৱ| হয়। আক মুখেৰে যিহকে পায় তাকে বকে। স্থস্থিৰ থাকিব নোৱাৰি ৰোগীয়ে বিছনাত ধবফব-চট্ফটু কৰি ৰাগৰে আক কোনে৷ কোনে! জনে উঠি যাবলৈ খোজে | এই sey; বৰ শঙ্কতজনক ৷

Serres ঃ--বিজ্ঞান wal নামজুলা ডাক্তৰ সকলে কয় যে, জ্বৰৰ উৎপত্তি এক মাথোন দুষিত বায়ু নামেৰে এক প্রকাৰ . বিহ পানীৰ লগত মানুহৰ শৰীৰত সোমাই বস বৃদ্ধি কৰে। _ সেই দুষিত বায়ু পানী বন্ধ যোৱ| ঠাইত, পর্ববতৰ নামনিৰ ডাঠ হাবিত, জেক| বালিময় উদং ঠাইত উৎপন্ন হয়। ই উশাহৰ লগতে| পেটলৈ সোমায়। পচ|-বন-জাবৰ আদিৰ পৰাও, বাৰিষাৰ অন্তত সূৰ্য্যৰ তাপত জেকা ঠাই বোৰৰ পৰ দুষিত বায়ুৰ গন্ধ উৎপন্ন হৈ বায়ুৰ লগত মিহলি হয়। বাতি এই দুষিত বায়ু বেচি হয়। সাধাবণ বায়ুতকৈ বেচি গধূৰ। আৰু পানীয়ে ইয়াক সামৰি লয়।

বায়ুপাঁনী আহাৰৰ cael জ্বৰ হয়। বায়ুপিত্ত কুপিত হৈ পাকস্থলিত বস বৃদ্ধি কৰাৰ পৰাও জ্বৰ বেমাৰ বুদ্ধিত সহায়তা কৰে |

ললললীস্। সাবশ্দানঃ--(১) জ্বৰৰ প্রধান উপকাৰী ওঁবধ কুইনাইন। কুইনান জ্বৰ নোহোৱ| অবস্থাতে। ব্যৱহাৰ কৰা Bi ইয়াক AG দ৷মত ডাক ঘৰত আৰু ডাক্তৰৰ ওচৰত পোৱ৷ বায়। কুইনাইন এজাতি গছৰ ছালৰ পৰ| ইয়াক তৈয়াৰ কৰিছে। (২) ভর হলে সৰ্বৰ প্রথমে উপবাস দিয়া উচিত। (৩) জ্বৰ