স্বাস্থ্য-বিজ্ঞান। শীতল হব লাগে। পিন্ধা-উৰা কাপোৰবোৰও জহৰ উপযোগী কৰি লোৱা আৱশ্যক। জাৰকালি শোৱা পাটীৰ তলচা, তল- পৰা, গাৰুৰ গিলিপ, নিহালীৰ গিলিপ সকলোকে উম থকা কৰি লব লাগে৷ পিন্ধা-উৰা কাপোৰবোৰ গৰম হব লাগে । দিনত পিন্ধা আৰু ৰাতি পিন্ধা ভিন্ ভিন্ হোৱা পিন্ধা কাপোৰ গা ধেৱাত তিয়াই দিব লাগে ৷ কেতিয়াও পিন্ধা উচিত নহয় । উচিত । ৰাতি তিতা কাপোৰ ফটা-চিটা হওক পৰিষ্কাৰ এজনৰ পিন্ধা কাপোৰ আনে কাপোৰেহে স্বাস্থ্য ভালে ৰাখে । পিন্ধা অনুচিত ৷ বেলেগ বেলেগ সাজ সলাব নোৱাৰিলে যি পৰা যায়, তাকে মাজে সময়ে ধুই পখালি নিকাকৈ ব্যৱহাৰ কৰিব লাগে, আৰু ৰ'দাব লাগে । গা ধুই উঠি পৰিষ্কাৰ কাপোৰ-কানি পিন্ধিলে মন মুকলি লাগে । মলি সকলো ৰোগৰ মূল। শোৱা বিছনা তেনেই কোমল হব নালাগে । শোৱা পাটী অতি কমেও হাত ফুট ওখ হোৱা উচিত। মাটিত শুলে স্বাস্থ্য নষ্ট হয় আৰু মাটিত বগাই ফুৰা পোক-পৰুৱাই কামুৰিৰ ভয় থাকে ৷ শৰীৰৰ ভিতৰত আটাইতকৈ কোমল অংশ মূৰ আৰু পেট । ৰাতি মূৰত পাগুৰি আৰু শোৱাত পেটত কাপোৰ মেৰালে নৰিয়াৰ পৰা বহুত ৰক্ষা পোৱা যায়। ঋতুৰ সাল-সলণিত কাপোৰৰ বিষয়ে অধিক সাৱধান হোৱ৷ উচিত। আমাৰ গাৰ নোমৰ গুৰিৰে দিনত পিন্ধা কাপোৰ ৰাতি পিন্ধিলে ওলোৱা দূষিত ঘামবোৰ আকৌ ঘঁহনি খাই শৰীৰৰ ভিতৰলৈ সোমাই বেমাৰ জন্মাব পাৰে ৷
পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/১৯
অৱয়ব