২। দৈহিক পৰিচ্ছন্নতা |
আমাৰ গাঁটোক দেহ বা শৰীৰ বোলে | সেই শৰীৰৰ ভাগ- বোৰ অঙ্গ, যেনে হাত, ভৰি ইত্যাদি আক চকু, কাণ, নাক, জিভা, ছাল এইবোৰক ইন্দ্ৰিয় বোলে। আমাৰ গোটাই শবীৰটে| ছালেৰে OA, সেই ছালৰ ওপৰত পাতল পাতল নোম আছে। সেই নোমবৌবৰ গুৰিয়ে গুৰিয়ে একোটি একোটি সৰু সক বিন্ধ৷ আছে। সেই বিন্ধাবোৰেদি আমাৰ গাৰ ভিতৰলৈ বাহিৰৰ ভাল বতাহ ‘সোমায় আৰু ভিতৰৰ পৰ| বেয়। বতাহ আৰু গাৰ বেয়| ৰস-ঘাম আদি বাহিৰ হয়। গোটে৷ চাফ-চিকণকৈ নেৰাখিলে গাৰ ওপবত টাটৰি বান্ধি সেই বিন্ধাবোৰ মাৰ যায় আক তেতিয়া বাহিৰৰ বতাহ সোমাব আৰু ভিতৰৰ দুষিত বায়ু, ৰস ব| ঘাম বাহিৰ হব নোৱাৰ| হয়। তেনে হলেই শৰীৰৰ ছালৰ ওপৰত ঘি এটা তেলেতীয়| বস্তু আছে, সিও বিয়পি পৰি ছাল কোমলাই ৰাখিব নোৱাৰ| হয়। ছালত মলি বন্ধ খালে আমাৰ গা oe হয়, মনটোত Efe AA হয়। এনেকৈ কেব| দিনো ছালৰ যতন নোলোৱাকৈ থাকিলে বেমাৰে আহি লগ ধৰে। আমি যিমানে গাটে| পৰিষ্কাৰ কৈ ৰাখিম, সিমানে আমাক বেমাৰে পীড়িব নোৱাৰে। যি লৰাই নিজৰ গ|টে। চিকোনাই ৰাখি চলিব নোৱাৰে তাক এলেহুৱ| নুবুলি কি নাম দিব পাৰি!
—— ©