সমললৈ যাওক

পৃষ্ঠা:স্বাস্থ্য-বিজ্ঞান.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

New | " ৯৪১০ [৮51২৯

্বস্থ্যাবিজ্ঞান। ১

_ পণ

এলভ্ৰস আন তেএলী ৷

OS

১। আৰম্ভণ।

শৰীৰত বেমাৰ-আজাৰ নহৈ ভালে থাকিলে তাকে সুস্থ শৰীৰ বোলে। CHS BE থক! অবস্থাকে স্বাস্থ্য বোল| যায়। স্বাস্থ্য মানুহৰ পৰম ধন। স্থস্থ বা স্বাস্থ্যবান্‌ মানুহে সংসাৰত বহুত কাম সাধি যাব পাৰে। কিন্তু স্বাস্থ্যহীন জনে শৰীৰৰ বোজ| বয় মাথোন; তাৰ অস্থখ অশান্তিতে দিন যায়। কুণীয়|-ঘুনীয়| হৈ ৰাজ সিংহাসনত বহি ৰজা হলেও স্থখ পাব নোৱাৰি। নীৰোগ, বলী হৈ সামান্য অৱস্থাত থাকিলেও পৰম স্থখ উপভোগ কৰিব পাৰি! সচৰাচৰ দেখা যায়, মানুহৰ ala we বখাই আচল ধৰ্ম্ম আৰু সেয়ে ASC শাস্ত্ৰৰে মত। স্থসভ্য দেশৰ মানুহে স্বাস্থ্যলৈ বৰ চকু ৰাখি চলে। সেই কাৰণে তেওঁলোকৰ অবস্থা জগতৰ ভিতৰত উন্নত। থকা-মিল! ঘৰ-দুৱাৰ উচ্চ ধৰণৰ, বেহা- বেপাৰে, টকা-কড়িয়েও চহকী। তেওঁলোকৰ বল-বুদ্ধি-বিদ্ভাৰে জগতৰ বহুত মানুহক চেৰ পেলাইছে। আমাৰ খষি-মুনি-