পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩ ]

অ-ফলা নাম























বোলে










সমীয়া ভাই শুনা দিয়া মন
ই হেন আমাৰ দেশখন
তৰ জনক ঘিন নকৰিবা
শ হৰিক সৱাতে দেখিবা
মৈহতীয়া দেশৰ সকল ধন
ৰাল আমাৰ ঘৰৰ বৰ যতন্​
ণ কৰি খেতিয়কবোৰ মৰে
(৯) লিক্​চৌ​ সাজি পৰৰ কাম কৰে
পইচাও যতনে ৰাখিবা
য়াহৈয়া কথাত মন নিদিবা
পৰচকুৱা কাম ন কৰিবা
ষধ সদাই বেমাৰত খাবা

ব্যঞ্জন বৰ্ণ

    
ক—কছাৰী বৰ বীৰৰ জাতি
খ—খাচিয়াই মানে মাতৃ ৰীতি
গ—গাৰোপাহাৰ তুলাৰ ঠাই