পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ২ ]

   
এ—এৰা পাতেৰে পলু পোহে
ঐ—ঐৰাৱতত উঠি আহে
ও—ওখ টিলাত হয় জুম খেতি
ঔ—ঔটেঙা খায় বনৰ হাতী

 

   
   
   

 

অ আ ই ঈ—লৰাই হাহে হি হি॥
উ ঊ ঋ ৯—আমি খাওঁ খাৰ খাৰলি॥
এ ঐ ও ঔ—মাখিৰ বাহাত ওপজে মৌ॥