পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৯ ]

ক-ফলা নাম

⸺ː•ː⸺











বোলে




লিকালত গান্ধী অৱতাৰ।
দ্দৰৰ কৰা ব্যৱহাৰ॥
ৰু ছাগলী ৰাখা যতন কৰি।
ঘিউ মাখন খাবা পেট ভৰি॥
ডাৰী ভৰাই ৰাখা ঘৰত ধান।
ভাঙ গাঁজা কানি এৰি ৰাখা দেশৰ মান॥
















ৰকাত সূতা কাটা দিনে ৰাতি।
ছোঁৱা-ছুইত না যায় কাৰো জাতি॥
জাতি ভেদ মিছা ভেম এৰা।
ঝাণ্ডাৰ ওপৰত ত্ৰিৰঙাখন উড়া।
গোসাঞিঁৰ আগত চিঞৰ না মাৰিবা।
চিঞা পৰা ককাল লৈ বিহুলৈ না যাবা।




কা-পইচা সাঞ্চা দিয়া মন।
ঠাট্টা তামচাত নু-উৰাবা ধন॥