পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৭ ]

য়  ​‌​‍ং‍​  
য়—সময় থাকোঁতে নাম লয়
ৎ—লোকৰ মনত নাই ভয়
ং—ইংৰাজ আছিল বিদেশী ৰজা
ঃ—দুঃখ দি আমাক পালে মজা
ঁ—হাঁহ মাৰি ভাত খাই গল
 বিলাত দেশলৈ গুচি গল