সমললৈ যাওক

পৃষ্ঠা:স্বপ্ন-ভঙ্গ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰকাশকৰ নিবেদন

 স্বৰ্গীয় ককাইদেউ গণেশচন্দ্ৰ গগৈৰ, “পাপৰিৰ” পাচতে লিখা “স্বপ্নভঙ্গ” নামে এই সৰু কবিতাৰ পুথিখনি ৰাইজৰ আগলৈ সসম্মানে আগবঢ়োৱা হ’ল। “পাপৰিয়ে” ৰাইজৰ পৰা যেনে মৰম পাইছে এই সৰু পুথিখনিয়েও তেনে মৰমকে পাব বুলি আশা কৰিছোঁ। ইতি

যোৰহাট,
৯।১।৪১

বিনীত
শ্ৰীতৰুণচন্দ্ৰ গগৈ।