পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চেনেহ

কিবা এটা বিচাৰি ফুৰিছে
পথাৰতো নাই
নৈ খনিতো নাই

বহুদিন বহুদিন আগতে
তোৰ কাপোৰ জাপৰ উমেৰে যে মোক টোপনিয়াই থৈছিলি
আই........

সেউজীয়াৰ দৰে / ৫৩